এদিন এনেকুৱা famous হম ,
চালা মানুহে Facebook এৰি
google ত search কৰিব লাগিব ।
assamese attitude status |
মোৰ whatsapp DP ও tatasky channel ৰ নিচিনা ,
ছোৱালীয়ে দেখিলে কয় ইয়াক লগাই ললে লাইফ জিংগালালা ।
attitude status assamese |
মোক হিংসা কৰা মানুহক মই ভাল পাওঁ ,
কাৰণ সিহঁতে নিজত কৈ বেছি মোৰ কথা ভাবে ।
attitude quotes in assamese |
LUCK সকলোৰে থাকে ,
কিন্তু মোক পাবলৈ LUCK ৰ নহয়
GOOD LUCK ৰ প্ৰয়োজন হয় ।
attitude quotes in assamese |
ইমান attitude নেদেখাবা য়ে ,
নহলে এদিন status ৰ নিচিনাকৈ
তোমাক ও বদলাই পেলাম ।
attitude quotes in assamese |
কুণ্ডলি ত শনি আৰু মোৰ লগত দুস্মানি
সদাই হানিকাৰক হয় ।
attitude quotes in assamese |
মানুহে নিজৰ নজৰত ভাল হব লাগে ,
কাৰণ মানুহৰ নজৰত টো ভাগবানো বেয়া ।
attitude status in assamese |
অকলে আহিছোঁ অকলে যাম,
আজি হাৰিছো এদিন হলেও জিকি যাম ।
attitude status in assamese |
ইমান বাৰটো Doctor য়েও মোৰ BP নাচায়
যিমান বাৰ তুমি মোৰ DP চোৱা ।
assamese attitude quotes |
জীৱনৰ মজাও তেতিয়া হে আহে,
যেতিয়া শত্ৰুৱেও হাত মিলাব আহে।
attitude status in assamese |
মই বোৱতী নৈ হয় ,
মানুহে মোৰ ৰাস্তা সলাব পাৰে,
কিন্ত মোৰ লক্ষ নোৱাৰে ।
assamese attitude quotes |
শুনা ঔ ছোৱালী বুকুত মৰম থাকিব লাগে,
নহলে ধক ধক টো Royal Enfile য়েও কৰে ।
attitude status in assamese |
Someone:- আৰে DP t চনত ধুনীয়া ফটো লগাই ৰাখিছে ,
Me:- আৰে sance মাৰিব নালাগে তোমাৰ কেই ধুনীয়া ছোৱালী পতাই ৰাখিছোঁ ।
assamese attitude quotes |
মাৰিম ১০ টা হিচাপ কৰিম ১ টা ,
বিশ্বাস যদি নহয় হাত দি চা ।
assamese attitude quotes |
মৰম, ভালপোৱা, শত্ৰু যি ইচ্ছা কৰা ,
শপত তোমাৰ এদিন গোটেই দুগুন কৰি পাবা ।
attitude status in assamese |
যোনে যিমান চেষ্টা নকৰক মোৰ নিচিনা হব নোৱাৰে ,
কাৰণ সি এটা কথা নাজানে , tiger 🐅 হোৱা নাযায় জন্ম পাই ।
attitude status in assamese |
তোমাতকৈ ভাল টো মোৰ শত্ৰু হয় ,
যিয়ে সদাই কয় তোমাক এৰি নিদিওঁ ।
attitude status in assamese |
সিংহই নিজৰ শক্তিৰ বলত ৰজা হয় ,
কাৰণ জংঘলত election নহয় ।
attitude status in assamese |
কিছুমান মানুহ চেণ্ডলৰ নিচিনা হয়,
লগত টো থাকে কিন্তু পাছফালৰ পৰা বোকা ছটিয়াব নেৰে ।
attitude status in assamese |
মই টো মৰিম ও সেইটো Style ত,
যিটো style ত মানুহে জীয়াবলেও আশা কৰি থাকে ।
attitude status in assamese |
তুমি জীয়াই থাকিবা জুইৰ নিচিনাকৈ
আৰু মই ফুলি থাকিম ফুলৰ নিচিনাকে ।
attitude status in assamese |
শক্তি মুখেৰে দেখুওৱা বস্তু নহয় ,
কাৰণ খেতি বৰষুণ ৰে পৰা হয়
বানপানীৰ পৰা নহয় ।
attitude status in assamese |
সিংহৰ চিঞৰৰ আগত আৰু
মোৰ Attitude ৰ আগত
সকলোৰে মুখ বন্ধ হৈ যায় ।
assamese attitude status |
কেৰাপ নকৰোঁ দুনীয়াই কি কয় ,
মই বহুত ভাল বুলি মোৰ মা য়ে কয় ।
assamese attitude status |
সহজ আৰু নম্ৰ লৰা বোৰে girlfriend নাপায়,
কিন্তু সিহঁতে wife এনেকুৱা পাই যাক দেখি বাকী চব বোৰ জলি যায় ।
assamese attitude status |
মোৰ মৰমৰ লাভ যিমান পাৰা উঠাই লোৱা,
কাৰণ মোৰ শত্ৰুতাৰ লোকচান কেতিয়াও সজ্য কৰিব নোৱাৰিবা ।
assamese attitude shayari |
পোহৰত জীয়াই থকা মানুহটো বহুত পাবা,
যদি বিচাৰিবই খুজিছা এনেকুৱা বিচৰা,
যিয়ে তোমাৰ লগত আন্ধাৰতো থাকে ।
attitude status assamese |
আমি single লৰাবোৰৰ ও এটা বেলেগ Attitude আছে,
নিজৰ মা-দেউতাৰ বাহিৰে কাৰো বাপেকৰ নুখুনো ।
attitude status assamese |
মইটো 10 percent 🔋 battery warning ক ও serious ভাবে নলও
আৰু বেলেগৰ ফালটো কথাক কি serious ভাবে লম ।
assamese attitude status |
যাক যি আছে কব দিয়া,
মোৰ কি যাব ,
সকলো সময়ৰ কথা আৰু
সময় সকলোৰে আহে ।
attitude status assamese |
শুনা অই ছোৱালী সকলো বস্তু এটা হিচাপক লেগি ভাল লাগে,
কিন্তু তোমাক য়ে হিচাপত কেই বেছি ভাল লগে ।
attitude status assamese |
মৃত্যুয়েও সদায় দুখজ পিছত চলে ,
সিও জানে নিজৰ ইচ্ছা মতে জীয়াই বুলি ।
attitude status in assamese |
মই বোৱতী নৈ হয় ,
মানুহে মোৰ ৰাস্তা সলাব পাৰে,
কিন্ত মোৰ লক্ষ নোৱাৰে ।
assamese attitude quotes |
জীৱনৰ মজাও তেতিয়া হে আহে,
যেতিয়া শত্ৰুৱেও হাত মিলাব আহে।
attitude quotes in assamese |
মায়ে এদিন কৈছিল কেতিয়াও কাৰো মন নভাঙিবা ,
সেইকাৰণে মই মনক এৰি বাকী সকলো ভাঙিলো ।
attitude quotes in assamese |
বিচৰা যদি পৃথিৱী ঘূৰি অহা ,
কিন্তু সকলোতকৈ ভাল status টো মোৰ তাতে পাবা ।
0 Comments
যদি আপোনাৰ কিবা অসুবিধা হয় তেনেহলে comment box ত সুধিব