Assamese Love Status :- নমস্কাৰ বন্ধুসকল আমাৰ নতুন পোষ্টলৈ আপোনালোকক স্বাগতম জনাইছো । এই পোষ্টটোত আপুনি Love status ৰ সংগ্ৰহ লাভ কৰিব। প্ৰেম এনেকুৱা এটা বস্তু যিটোয়ে মানুহৰ মৰম বুজাত সহায় কৰে । আমি সকলোৱে প্ৰেমৰ বিভিন্ন কাহিনী শুনি আহিছোঁ, কিন্তু কোনেও তাক কাহিনী শুনি বা পহৰি বুজিব নোৱাৰে । যেতিয়া আমি কাৰোবাক ভাল পাওঁ, তেতিয়া আমি ইয়াৰ আচল অনুভৱ বুজি পাও। বন্ধুসকল, আজি আমি এনে কিছুমান বিশেষ Love status ৰ সংগ্ৰহ আনিছোঁ। যিটো আপুনি ফেচবুক(Facebook), হোৱাটছএপ(Whatsapp) আৰু ইণ্টাৰনেটত(Internet) share কৰিব পাৰিব । যদি আপুনি Status সমূহ ভাল পায় তেনেহলে share কৰিব নাপাহৰিব ।



সচা প্ৰেমৰ কেতিয়াও সুখী সমাপ্তি নাই, 
কিয়নো সচা প্ৰেম কেতিয়াও শেষ নহয় ।


প্ৰকৃত প্ৰেম হৈছে ঈশ্বৰৰ দৰে, 
যাৰ বিষয়ে সকলোৱে কয়, 
কিন্তু অনুভৱ কেইজনমানহে কৰে ।

তোমাক লগ পোৱাটো মোৰ ভাগ্য আছিল, 
তোমাৰ বন্ধু হোৱাটো মোৰ এটা পছন্দ আছিল,
 কিন্তু তোমাৰ প্ৰেমত পৰাটো মোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল ।

মোৰ জীৱন তেতিয়ালৈ ধুনীয়া হৈ থাকিব,
যেতীয়ালৈ তুমি মোৰ জীৱনত থাকা ।

প্ৰেম বতাহৰ দৰে আমি ইয়াক নেদেখোঁ,
 কিন্তু আমি ইয়াক অনুভৱ কৰো ।

প্ৰেম যুদ্ধৰ দৰে ইয়াক আৰম্ভ কৰিবলৈ সহজ,
 কিন্তু ইয়াক বন্ধ কৰা অতি কঠিন।

প্ৰেমত থকা মানুহ এজন বিয়া নোহোৱালৈকে অসম্পূৰ্ণ,
যেতিয়া তেওঁলোকৰ বিয়া হব তেতিয়ায় সম্পূৰ্ণ হব ।

মৰম কেৱল মৰময়েই , 
ইয়াক কেতিয়াও কৈ বা লিখি বুজাব কৰিব নোৱাৰি ।

যেতীয়ালৈকে আপুনি প্ৰেমত নপৰে
 তেতিয়ালৈ ই এটা শব্দ হৈ থাকে ।

মই তোমাৰ প্ৰথম প্ৰেম হব নোৱাৰিলোঁ,
কিন্তু তোমাৰ শেষ প্ৰেম হম বুলি প্ৰতিশ্ৰুতি দিলো ।

মই তোমাৰ বিষয়ে চিন্তা নকৰাকৈ কিয়নো এদিনো থাকিব নোৱাৰো।

প্ৰেম তাত বিচাৰি পোৱা নাযায় য'ত ইয়াৰ অস্তিত্ব নাই,
প্ৰেম তাত বিচাৰি পোৱা যায় য'ত ইয়াৰ অস্তিত্ব আছে ।

এগৰাকী ছোৱালীৰ সৌন্দৰ্য তাইৰ চকুত দেখা যায় 
কাৰণ এইটো হৈছে হৃদয়ৰ দুৱাৰমুখ য'ত প্ৰেম থাকে।

যেতিয়া মই সপোন দেখিছিলো, মই তোমাৰ সপোন দেখিছিলো, হয়তো এদিন সপোন বোৰ সঁচা হ'ব,
 কাৰণ, মই তোমাক সঁচাকৈয়ে ভাল পাওঁ।

যদি তোমাৰ হৃদয় কাৰাগাৰো হয়, 
মই আজীৱন তাত থাকিব বিচাৰিম।

মই তোমাক বাছনি কৰা নাছিলো, 
মোৰ হৃদয়ে কৰিছিল।

মই তোমাৰ লগত কিমান দিন থাকিব পাৰো নাজানো,
কিন্তু জীৱনৰ শেষ মূহুৰ্তলৈ তোমাৰ লগত থাকিব বিচাৰো

যিয়ে দুখ পায় তেওঁ হয়তো পিছলৈ অধিক সুখী হ'ব পাৰে, 
কিন্তু যিয়ে দুখ দিয়ে তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে।

প্ৰেম নতুন হলে মৰম লগা হয়, কিন্তু প্ৰেম যেতিয়া স্থায়ী হয় তেতিয়া আটাইতকৈ ধুনীয়া হয়।

মই তেতিয়ালৈ সুখী হৈ থাকিব,
যেতীয়ালৈ তুমি মোৰ জীৱনত থাকা ।

সকলো ঠাইতে চুমা নাখাব ,
 প্ৰেম অন্ধ কিন্তু চুবুৰীয়াসকল নহয়।